Daily Time Axom

আজি উচ্চতম ন্যায়ালয়ত কা সন্দৰ্ভত গুৰুত্বপূৰ্ণ শুনানি

37

নিউজ ডেস্ক, ৬ ডিচেম্বৰঃ আজি কা সন্দৰ্ভত শুনানি গ্ৰহণ উচ্চতম ন্যায়ালয়ত। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠত হ’ব এই শুনানি।২৮টা খিলঞ্জীয়া দল-সংগঠনৰ গোচৰৰ ভিত্তিত হ’ব শুনানি৷ CAAৰ বিৰুদ্ধে অসম সন্মিলিত মহাসংঘয়ো তৰিছিল গোচৰ৷ মুখ্য ন্যায়াধীশৰ ১নং আদালতত ৩ জনীয়া বিচাৰপীঠত হ’ব শুনানি৷ শুনানিৰ সময়ত উপস্থিত থাকিব কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধি৷

Comments are closed, but trackbacks and pingbacks are open.