মহানগৰীৰ নুনমাটিত দুৰ্ঘটনা, থিতাতে নিহত জিণ্টু থাপা নামৰ যুৱকজন

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ মহানগৰীৰ নুনমাটিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল এজন যুৱকৰ। নিহত যুৱকজন খাৰঘূলি জয়পুৰৰ জিণ্টু থাপা। স্কুটীৰে আহি থকা অৱস্থাত প্ৰথমে বালিত পিছলি পৰে তাৰ পাছতে পিছফালৰ পৰা অহা বাহনে খুন্দিয়াই থৈ যায় যুৱকজনক।

AccidentAssamDaily time axomDeathGuwahatiIndia