Daily Time Axom

মহানগৰীৰ খ্রীষ্টানবস্তিত দুৰ্ঘটনা, নিয়ন্ত্রণ হেৰুৱাই দ্রুতবেগী বাহনে খুন্দিয়াই ট্ৰাকক

46

নিউজ ডেস্ক, ১৩ ডিচেম্বৰঃ নিশা মহানগৰীৰ খ্ৰীষ্টানবস্তিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী ইণ্ডিগ’ বাহনে খুন্দা মাৰে ৰৈ থকা এখন ট্ৰাকত।দিছপুৰ অভিমুখে গৈ আছিল বাহনখন।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01BH 2560 । দুৰ্ঘটনাগ্ৰস্ত ইণ্ডিগ’ বাহনখন সম্পূৰ্ণ সোমাই যায় ৰৈ থকা ট্ৰাকখনৰ তলত। বাহনখনত আছিল ৪ জনকৈ লোক। নিশাই আহত ৪ জনক প্ৰেৰণ কৰা হয় GMCH লৈ।

Comments are closed, but trackbacks and pingbacks are open.