নিউজ ডেস্ক, ১৩ ডিচেম্বৰঃ বাংগালুৰুত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত অসমৰ ৩জনকৈ যুৱক। নিহত যুৱক কেইজন বাঁহগড়াৰ অসীম দেউৰী, কচুৱাৰ চন্দন দাস, কাৰ্বি আংলঙৰ কৰণ বসুমতাৰী।ডাম্পাৰে মহটিয়াই নিলে ৩ যুৱকক। বাংগালুৰুৰ মায়াচান্দ্ৰাত নিশা সংঘটিত এই শোকাৱহ ঘটনা।
Comments are closed, but trackbacks and pingbacks are open.