Daily Time Axom

প্ৰকাশ পালে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী

59

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ ঘোষণা হ’ল অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী। সেই অনুসৰি ২০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব এই পৰীক্ষা আৰু অন্ত পৰিব ২০ মাৰ্চত।

এই পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১১ বজালৈ অনুষ্ঠিত হ’ব। আনহাতে পিছবেলাৰ পৰীক্ষা হ’ব ১ঃ৩০ বজাৰ পৰা ৩ঃ৩০ বজালৈ। ইয়াৰোপৰি ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ’ব ২৫ জানুৱাৰীৰৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ।

Comments are closed, but trackbacks and pingbacks are open.