নিউজ ডেস্ক, ১৮ ডিচেম্বৰঃ বৰ্ষাপাৰাত প্ৰস্তুতি তুংগত অসম ক্ৰিকেট সন্থাৰ।আজি দৰ্শকৰ বাবে মুকলি কৰা হ’ব ভাৰত-শ্ৰীলংকাৰ মেচৰ টিকট। ১০ জানুৱাৰীত বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকাৰ এদিনীয়া মেচ৷ আজিৰ পৰা BookMyShowত উপলব্ধ মেচৰ টিকট৷ মেচৰ বাবে অনলাইনত টিকট মুকলি কৰা হৈছে৷ টিকটৰ সৰ্বনিম্ন দৰ ৪৭৫ টকা আৰু সৰ্বোচ্চ দৰ ৬,০০০ টকা৷ অফলাইনত টিকট সংগ্ৰহৰ কোনো ব্যৱস্থা নাই৷ প্ৰথম পৰ্যায়ত সৰ্বমুঠ টিকটৰ ৫০%হে বিক্ৰীৰ ব্যৱস্থা৷
Comments are closed, but trackbacks and pingbacks are open.