আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন

নিউজ ডেস্ক, ২০ ডিচেম্বৰঃ আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ৫দিনীয়াকৈ হ’বলগীয়া অধিৱেশনত উত্থাপন হ’ব ১২খন বিধেয়ক।

পুৱা ৯-৩০ বজাৰ পৰা আৰম্ভ হৈছে এই অধিৱেশন। এই অধিৱেশনত মূলতঃ অসম-মেঘালয়ৰ সীমান্তৰ সংঘাত, বটদ্ৰৱাৰ উচ্ছেদ, কৃষি বিভাগত সংঘটিত হোৱা কেলেংকাৰী আদি বিষয়ে স্থান পাব।

AssamDaily time axomGuwahatiHimanta Biswa SarmaIndia