চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ উদ্ধৃতিৰে ব্লুমবাৰ্গে প্ৰকাশ কৰিছে যে মঙলবাৰে ইয়াত এদিনতে ৩৭ নিযুত ক’ভিড আক্ৰান্তৰ সম্ভাৱনা আছে।
অৱশ্যে চৰকাৰী হিচাপত আজিৰ দিনটোত মাত্ৰ ৩ হাজাৰ ক’ৰোনা আক্ৰান্তৰ তথ্য পোৱা গৈছে।
প্ৰতিবেদন অনুসৰি চলিত মাহৰ প্ৰথম ২০ দিনত ২৪ কোটি ৮০ লাখ লোক আক্ৰান্ত হৈছে কৰ’ণাত।