Daily Time Axom

হোজাই জিলাৰ উদালী গাঁৱৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত বিশেষ অনুষ্ঠান

0 19

লংকাৰ পূৱউদালী গাঁৱৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ ভক্তপানৰ মাজত নাহৰ সমন্বয় গোষ্ঠীৰ তৰফৰ পৰা এটি মাইক মেচিন প্ৰধান কৰে সকলোৰে পৰিচিত উদালী তিনিআলীৰ হৈছে ৰাজু গোস্বামী ।
জানিব পৰা মতে ৰাজু গোস্বামীয়ে নাহৰ সমন্বয় গোষ্ঠীৰ তৰফৰ পৰা পূৱ উদালী গাঁৱৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত এটা মাইক মেচিন দিয়াৰ কথা আছিলে , যাতে সকলো ভক্তপান ৰাইজে হৰি নাম শুনিব পায় । সেই হিচাপে আহি আজি নাহৰ সমন্বয় গোষ্ঠীৰ সম্পাদিকা লগতে সাংস্কৃতিক সম্পাদক সকলোকে লৈ গোটেইখিনি পৰিয়ালবৰ্গ এই মন্দিৰটোৰ উপস্থিত হয় ।
ভক্তপান ৰাইজে সকলোকে এখনকৈ ফুলাম গামোচাৰে সম্ভৰ্ধনা জনায় পাছত নাহৰ সমন্বয় গোষ্ঠীৰ তৰফৰ পৰা ৰাইজৰ সুবিধাৰ্থে এই মাইক মেচিনটো প্ৰধান কৰি সম্পাদিকাই কয় যে নাহৰ সমন্বয় গোষ্ঠী সদায় যেন আগুৱাই যাব পাৰে তাৰে আশীৰ্বাদ প্ৰদান কৰিবলৈ কয় ।

Leave A Reply

Your email address will not be published.