ভূপালত অনুষ্ঠিত ৬ সংখ্যক Elite Women’s National Boxing Championshipত সোণৰ পদক অৰ্জন লাভলীনা বৰগোঁহাইৰ

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ ভূপালত অনুষ্ঠিত ৬ সংখ্যক Elite Women’s National Boxing Championshipত সোণৰ পদক অৰ্জন লাভলীনা বৰগোঁহাইৰ। আনহাতে অংকুশিতা বড়োয়ে অৰ্জন কৰিছে ৰূপৰ পদক। ১৯ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল এই চেম্পিয়নশ্বিপ।

১৯ৰ পৰা ২৬ ডিচেম্বৰলৈ মধ্য প্ৰদেশত অনুষ্ঠিত হৈছে দেশৰ সন্মানীয় প্ৰতিযোগিতাখন। মধ্য প্ৰদেশৰ ভূপাল চহৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় মহিলা বক্সিঙত লাভলীনা বৰগোহাঁয়ে স্বৰ্ণপদক লাভ কৰাৰ পৰিৱৰ্তে জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োই ৰূপৰ পদক লাভ কৰে। ১৯ ডিচেম্বৰত মধ্য প্ৰদেশৰ ভূপালত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ খনৰ সোমবাৰে সফল সামৰণি পৰে।

AssamBhupalBoxingDaily time axomIndiaLovelina BorgohainMadhya PradeshSports