Daily Time Axom

হঠাতে অসুস্থ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, AIIMS ত ভৰ্তি কৰোৱা হৈছে বিত্তমন্ত্ৰী গৰাকীক

28

নিউজ ডেস্ক, ২৬ ডিচেম্বৰঃ হঠাতে অসুস্থ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। সোমবাৰে দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰা হৈছে । ৬৩ বছৰীয়া সীতাৰমণক আজি দুপৰীয়া ১২ বজাত চিকিৎসালয়খনৰ এটা ব্যক্তিগত ৱাৰ্ডত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাই মাহত নিৰ্মলা সীতাৰমণে জি-২০ৰ বিত্তমন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰি ইণ্ডোনেছিয়াৰ বালিৰ পৰা উভতি অহাৰ পিছত ক’ভিড পজিটিভ পোৱা গৈছিল।

Comments are closed, but trackbacks and pingbacks are open.