Daily Time Axom

মহানগৰীত ৩১ আৰু ১ জানুৱাৰিত ৮ কোটিৰো অধিক টকাৰ সুৰা বিক্ৰী

0 53

নিউজ ডেস্ক, ২ জানুৱাৰীঃ ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত কামৰূপ মহানগৰ জিলাত সুৰা বিক্ৰীৰ তথ্য প্ৰকাশ কৰিছে আবকাৰী বিভাগে৷ ৩১ ডিচেম্বৰত ৪ কোটি ৮০ লাখ টকাৰ সুৰা বিক্ৰী হোৱাৰ লগতে ১ জানুৱাৰীত ৩ কোটি ২১ লাখ টকাৰ সুৰা বিক্ৰী হয়৷

অইন বছৰবোৰৰ তুলনাত এইবাৰ অধিক হাৰত সুৰা বিক্ৰী হ’লেও গুৱাহাটীত যথেষ্ট পৰিমানে হ্ৰাস পাইছিল দুৰ্ঘটনাৰ সংখ্যা।

উল্লেখ্য যে, নৱবৰ্ষৰ প্ৰাকক্ষণত গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীৰ উপ-আয়ুক্ত হিৰণ্য কুমাৰ বৰ্মনে মহানগৰবাসীক নৱবৰ্ষৰ উদযাপনৰ নামত সুৰাপান কৰি গাড়ী নচলাবলৈ সকিয়নী দিছিল।

Leave A Reply

Your email address will not be published.