মেক্সিকোত অজ্ঞাত বন্দুকধাৰীৰ ভয়াৱহ আক্ৰমণ, কাৰাগাৰত চলোৱা ধাৰাসাৰ গুলীবৰ্ষণত মৃত্যু ১৪জনৰ

নিউজ ডেস্ক, ২ জানুৱাৰীঃ নৱবৰ্ষৰ প্ৰাকক্ষণত মেক্সিকোত ভয়ংকৰ ঘটনা। মেক্সিকোৰ কাৰাগাৰত অজ্ঞাত বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। টেক্সাছ সীমান্তৰ ওচৰৰ কাৰাগাৰখনত হোৱা আক্ৰমণত কমেও ১৪ জন লোক নিহত হৈছে।

নিহতসকলৰ ভিতৰত দহজন নিৰাপত্তাৰক্ষী আৰু আন ৪ জন বন্দী আছিল। এই ঘটনাৰ পিছতে কমেও ২৪ জন বন্দী কাৰাগাৰৰ পৰা পলায়ন কৰে।

AttackdailytimeaxomInternationalKilledMexicoPrison
Comments (0)
Add Comment