ৰাজস্থানত ভয়ংকৰ ঘটনা, পালিত যাত্ৰীবাহী ৰে’লৰ ১১টা ডবা লাইনচ্যুত

নিউজ ডেস্ক, ২ জানুৱাৰীঃ ৰাজস্থানৰ পালিত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় সূৰ্যনগৰী এক্সপ্ৰেছ ।পুৱতি নিশা দুৰ্ঘটনাত পতিত হোৱা ৰে’লখনৰ প্ৰায় ১১টা দবা লাইনচ্যুত হোৱাত আঘাতপ্ৰাপ্ত হয় কেইবাজনো যাত্ৰী ।

যোধপুৰলৈ ৰাওনা হৈ থকা অৱস্থাত ৰে’লখন ৰাজকিৱাছ-বোমাদ্ৰা অঞ্চলত দুৰ্ঘটনাত পতিত হয় ।

এই সন্দৰ্ভত উত্তৰ-পশ্চিম ৰে’লৱেৰ কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ দুৰ্ঘটনাৰ কাৰণ নিশ্চিত হোৱা নাই ।

Daily time axomIndiaInjuredRajasthanSuryanagari ExpressTrain Derail