পশ্চিমবংগত ৪ দিন পূৰ্বে মুকলি কৰা বন্দে ভাৰত এক্সপ্ৰেছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ পশ্চিমবংগত বন্দে ভাৰত এক্সপ্ৰেছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ ।মুকলিৰ ৪ দিন পাছতেই এই অনাকাংক্ষিত ঘটনা । মালদা ষ্টেচনত সংঘটিত হয় এই ঘটনা । শিলগুটি নিক্ষেপত কোনো লোক আহত হোৱা নাই ।

উল্লেখ্য যে, ৪ দিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিছিল বন্দে ভাৰত এক্সপ্ৰেছ।আৰম্ভণিৰ ৪ দিনৰ ভিতৰতে এনে আধুনিক আৰু তীব্ৰবেগী ৰে’লৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। শিলগুটি নিক্ষেপত ট্ৰেইনখনৰ চি ১৩ কোচৰ দুৱাৰৰ গ্লাছ ভাঙি গৈছে।

Daily time axomIndiaVande Bharat ExpressWest Bengal
Comments (0)
Add Comment