নিউজ ডেস্ক, ৩ জানুৱাৰীঃ পশ্চিমবংগত বন্দে ভাৰত এক্সপ্ৰেছত দুৰ্বৃত্তৰ শিলগুটি নিক্ষেপ ।মুকলিৰ ৪ দিন পাছতেই এই অনাকাংক্ষিত ঘটনা । মালদা ষ্টেচনত সংঘটিত হয় এই ঘটনা । শিলগুটি নিক্ষেপত কোনো লোক আহত হোৱা নাই ।
উল্লেখ্য যে, ৪ দিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিছিল বন্দে ভাৰত এক্সপ্ৰেছ।আৰম্ভণিৰ ৪ দিনৰ ভিতৰতে এনে আধুনিক আৰু তীব্ৰবেগী ৰে’লৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে। শিলগুটি নিক্ষেপত ট্ৰেইনখনৰ চি ১৩ কোচৰ দুৱাৰৰ গ্লাছ ভাঙি গৈছে।