অসম গৌৰৱ সন্মানেৰে সন্মানীত মাৰ্ঘেৰিটাৰ মানজে লা

আজি অসম চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ বটাঁৰে সন্মানীত হৈছে মাৰ্ঘেৰিটাৰ মানজে লা। ২০০৬ চনত চিংফৌ ইক’ ল’জ নামেৰে এটি ই’ক ল’জ গঢ়ি তুলি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ইক’ টুৰিজমৰ সম্ভাৱনীয়তা সৃষ্টি কৰাৰ লগতে বিকাশ সাধন কৰা মানজে লা নামৰ চাহ খেতিয়ক তথা জনগোষ্ঠীয় নেতাজনে এই বঁটা লাভ কৰাকলৈ উৎফুল্লিত মাৰ্ঘেৰিটাবাসী । তেওঁৰ ইক’লজত ৮০ খনৰো অধিক দেশৰ পৰ্যটক ইতিমধ্যে আহিছে।

AssambollywoodDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment