চহৰ এৰি গাঁৱলৈ গ’লে লাখ লাখ টকা পাব! জাপান চৰকাৰৰ নাগৰিকৰ বাবে নতুন ঘোষণা

সাধাৰণ মানুহেই ভাল জীৱনৰ আশাত গাঁও এৰি চহৰলৈ আহে। ফলত বয়োজ্যেষ্ঠ লোকসকল গাঁওবোৰত থাকি যায়। এই সমস্যা সমাধানৰ বাবে জাপান চৰকাৰে নতুন উদ্যোগ ল’বলৈ ওলাইছে। দেশৰ ডাঙৰ ডাঙৰ চহৰ এৰি গ্ৰামাঞ্চললৈ গ’লে চৰকাৰে নাগৰিকক বৃহৎ আৰ্থিক সহায় আগবঢ়াব। ইতিমধ্যে কেইবাটাও নগৰ নিগমক এই আঁচনিৰ অধীনলৈ অনা হৈছে। প্ৰতিটো শিশুৰ বাবে ১০ লাখ য়েন বিনিময়ত শ্ৰমিক দম্পতীক চহৰ এৰি যোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। ভাৰতীয় মুদ্ৰাত ছয় লাখৰো অধিক টকা আগবঢ়োৱা হৈছে।

bollywoodDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment