ভাৰতৰ সন্ত্ৰাসবাদীৰ সৰ্ববৃহৎ যোগানকাৰী পাকিস্তানে আজি নিজেই সন্ত্ৰাসৰ সৈতে যুঁজিছে।
তেহৰিক-ই-তালিবান পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে এই দেশ আৰু ইয়াৰ সেনাবাহিনীক বিপদত ৰাখিছে।
পাকিস্তান সেনা আৰু টিটিপি সন্ত্ৰাসবাদীৰ মাজত মেকুৰী আৰু নিগনিৰ খেল অব্যাহত আছে।এই খেলত পাকিস্তানেই ক্ষতিগ্ৰস্ত হৈছে। এনে পৰিস্থিতিত খবৰ আহিছে যে পাকিস্তানে এতিয়া আমেৰিকাৰ সহায়ত টিটিপিৰ ঘাটিত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে।