গোসাইগাঁৱত নতুন শ্ব’ৰুম ‘স্টাইল বাজাৰ’ উদ্বোধন

গোসাইগাঁও সদৰ চহৰত আজি নতুন শ্ব’ৰুম স্টাইল বাজাৰ উদ্বোধন ।

বিধায়ক জিৰন বসুমতাৰীয়ে উদ্বোধন কৰে নতুন ‘স্টাইল বাজাৰ’ শ্ব’ৰুমৰ।

উদ্বোধনৰ প্ৰথম দিনাই শ শ গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে ‘স্টাইল বাজাৰ’ শ্ব’ৰুমত।

বিধায়ক জিৰন বসুমতাৰীয়ে গোসাইগাঁও চহৰত ‘স্টাইল বাজাৰ’ শ্ব’ৰুম পোৱাৰ বাবে তেওঁ আনন্দ প্ৰকাশ কৰিছে।

AssambollywoodDaily time axomGuwahatiIndiaInternationalNew Delhipolitics
Comments (0)
Add Comment