Daily Time Axom

১০ জানুৱাৰীত গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ মেচ, আজি গুৱাহাটী পাবহি অধিনায়ক ৰোহিত শৰ্মা

42

নিউজ ডেস্ক, ৭ জানুৱাৰীঃ আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰতীয় ক্ৰিকেট দলৰ ৮ তাৰকা। ৰোহিত শৰ্মা, বিৰাট কোহলিসহ ক্ৰিকেট তাৰকাক আদৰিবলৈ সাজু ACA। ১০ জানুৱাৰীত বৰ্ষাপাৰাত হ’ব ভাৰত-শ্ৰীলংকাৰ হাইভল্টেজ এদিনীয়া খেলখন। ৮ জানুৱাৰীত গুৱাহাটী পাবহি দুয়োটা দলৰ সকলো খেলুৱৈ। ৮ জানুৱাৰীত দলটোৱে অনুশীলন কৰিব বৰ্ষাপাৰা ষ্টেডিয়ামত। ৯ জানুৱাৰীত পৃথকে পৃথকে দুয়োটা দলে কৰিব অনুশীলন। আন্তঃৰাষ্ট্ৰীয় খেলখনক লৈ তৎপৰ অসম ক্ৰিকেট সন্থা, BCC I

Comments are closed, but trackbacks and pingbacks are open.