নিউজ ডেস্ক, ৭ জানুৱাৰীঃ ধেমাজিত আৰক্ষী বিষয়াৰ গুলীত নিহত প্ৰাক্তন আৰক্ষী বিষয়া। SI আলোক কোঁৱৰৰ গুলীত নিহত প্ৰাক্তন আৰক্ষী বিষয়া অমূল্য বৰুৱা। ঘটনাৰ পাছতে আত্মসমৰ্পণ SI আলোক কোঁৱৰৰ। ধেমাজিৰ ভেহপৰাত সংঘটিত হৈছে এই ঘটনা। ভূমি সংক্ৰান্তীয় বিষয়ত অমূল্য বৰুৱাক হত্যাৰ সন্দেহ কৰা হৈছে। ডিব্ৰুগড় সদৰ থানাত নিয়োজিত আছিল SI আলোক কোঁৱৰ। অমূল্য বৰুৱা অৰুণাচল আৰক্ষীৰ বিভাগত কৰ্মৰত আছিল।