Daily Time Axom

ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুই বাইক আৰোহী

34

নিউজ ডেস্ক, ১১ জানুৱাৰী: ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী। আনহাতে গুৰুতৰভাৱে আহত হয় এজন যুৱক। মৃত যুৱক দুজন ৰঙিয়াৰ তুলসীবাৰী মাহতলীৰ সঞ্জু দাস আৰু ৰিমন বিশ্বাস বুলি জানিব পৰা গৈছে। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। দুৰ্ঘটনাত পতিত বাইক দুখনৰ নম্বৰ AS-25-U-5701 আৰু AS-25-L-9647।

Comments are closed, but trackbacks and pingbacks are open.