Daily Time Axom

উৰ্বশীয়ে ক’লে, স্পৰ্শ নকৰিবা!

0 41

উৰ্বশী ৰাউটেলা বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। এইগৰাকী ফেশ্বন সচেতন অভিনেত্ৰী দামী কাপোৰ পিন্ধি সদায় বাতৰিৰ শিৰোনামত থাকে। এইবাৰ ৮ লাখ টকাৰ গাঢ় সেউজীয়া বেকলেছ স্কাৰ্ট, চকুত কাজল, কাণফুলি, ওঁঠত পাতল লিপষ্টিক পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট দি ছবিখনৰ কেপচনত তেওঁ লিখিছে – স্পৰ্শ নকৰিবা। শেহতীয়াকৈ মাতৃ মীৰা ৰাউটেলাৰ জন্মদিন উপলক্ষে ডুবাইত অনুষ্ঠিত হাউচ পাৰ্টিত উৰ্ভাশীয়ে এই পোচাক পিন্ধিছিল।

Leave A Reply

Your email address will not be published.