যোৱা বছৰটো আছিল বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰ বাবে বেয়া বছৰ। ২০২২ চনত মুক্তি পোৱা তেওঁৰ সকলো ছবিয়েই বক্স অফিচত বেয়াকৈ ফ্লপ হৈছিল। অৱশ্যে এইকেইদিন তেওঁ কাম কৰি থকা ছবিবোৰৰ পৰা তেওঁৰ অনুৰাগীসকলৰ বহুত আশা জড়িত হৈ আছে। ইয়াৰে এখন ছবি হ’ল ‘বড়ে মিয়া ছোটে মিয়া’ও। শেহতীয়াকৈ ছবিখনৰ সৈতে জড়িত এনেকুৱা এটা আপডেট ওলাইছে।