Daily Time Axom

মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ দুৰ্ঘটনাত পতিত তীৰ্থযাত্ৰীৰ বাহন, থিতাতে নিহত ২জন

29

নিউজ ডেস্ক, ১৬ ডিচেম্বৰঃ পহিলা মাঘৰ দিনাই মৰিগাঁৱৰ ধৰমতুলত শোকাৱহ ঘটনা ৷ ৰৈ থকা ট্ৰাকত খুন্দা তীৰ্থযাত্ৰীৰ বাহনৰ ৷ দুৰ্ঘটনাত ২গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন ১৯গৰাকী গুৰুতৰভাৱে আহত হয় ৷ বহুকেইজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ঘনকুঁৱলীৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ বাক্সাৰ পৰা পৰশুৰাম কুণ্ডলৈ গৈছিল দলটো। উভতি অহাৰ সময়তে ধৰমতুলত সংঘটিত হয় এই দুৰ্ঘটনা ৷

নিহত লোকজনৰ নাম গোপাল অধিকাৰী বুলি জানিব পৰা গৈছে। বৰ্তমানেও কেইবাজনো যাত্রী গাড়ীৰ ভিতৰত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে |

Comments are closed, but trackbacks and pingbacks are open.