Daily Time Axom

দিল্লীত অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কেন্দ্ৰীয় গৃহ সচিবৰ

0 38

কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাইয়ে বুধবাৰে অসম হাউছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই সপ্তাহত বিদ্ৰোহী সংগঠন কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেশ্যনৰ সৈতে হোৱা শান্তি চুক্তিৰ বিষয়ে আলোচনা কৰে।

জানিব পৰা মতে,কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাই সঞ্চালক আই বি তপন ডেকাৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে কে এল অ’ৰ সৈতে হোৱা শান্তি চুক্তি সন্দৰ্ভত প্ৰায় এঘণ্টা ধৰি আলোচনাত মিলিত হয়।

Leave A Reply

Your email address will not be published.