প্ৰাকৃতিক দুৰ্যোগ, ঋণগ্ৰস্ত পাকিস্তান। দেশ চলাবলৈ ব্যৰ্থ হোৱা চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ সাধাৰণ ৰাইজ।
পাকিস্তানী সমাজ কৰ্মী আমজাদ আয়ুব মিৰ্জাই দাবী কৰে যে পাকিস্তানে দখল কৰা কাশ্মীৰৰ বাসিন্দাসকলে এনে পৰিস্থিতিত ভাৰতীয় নাগৰিকত্ব বিচাৰিছে।
প্ৰসংগক্ৰমে পাকিস্তানত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম আকাশলংঘী হৈছে। বহু সময়ত টকা খৰচ কৰাৰ পিছতো উপযোগী বস্তু পোৱা নাযায়। সেইবাবেই পাকিস্তান দখল কৰা কাশ্মীৰৰ বাসিন্দাসকলে ভাৰতত আশ্ৰয় বিচাৰিছে।