Daily Time Axom

ঘোষণা হ’ল উত্তৰ-পূৱৰ ত্ৰিপুৰা, নাগালেণ্ড, মেঘালয়ৰ নিৰ্বাচনৰ দিন

44

নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা। ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ত্ৰিপুৰাৰ নিৰ্বাচন। আনহাতে মেঘালয় আৰু নাগালেণ্ডৰ ২৭ ফেব্ৰুৱাৰীত হ’ব নিৰ্বাচন। লগতে মাৰ্চৰ ২ তাৰিখে ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল। সংবাদমেলযোগে এই ঘোষণা নিৰ্বাচন আয়োগৰ। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ঘোষণা কৰিলে দিন।

Comments are closed, but trackbacks and pingbacks are open.