নিউজ ডেস্ক, ১৮ জানুৱাৰীঃ ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা। ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ত্ৰিপুৰাৰ নিৰ্বাচন। আনহাতে মেঘালয় আৰু নাগালেণ্ডৰ ২৭ ফেব্ৰুৱাৰীত হ’ব নিৰ্বাচন। লগতে মাৰ্চৰ ২ তাৰিখে ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল। সংবাদমেলযোগে এই ঘোষণা নিৰ্বাচন আয়োগৰ। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ঘোষণা কৰিলে দিন।