মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ ৰাধিকা মাৰ্চেণ্টৰ লগত বাগ্দান

কোটিপতি ব্যৱসায়ী মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে আজি ৰাধিকা মাৰ্চেণ্টৰ সৈতে বাগ্দান কৰে। আম্বানীৰ বাসগৃহ এন্টিলিয়াত সংঘটিত হয় এই এংগেজমেণ্ট।

গুজৰাটী হিন্দু পৰিয়ালত এংগেজমেণ্টক গড ধনৰ অনুষ্ঠান হয়। গড ধন মানে গুৰ আৰু ধনীয়া। এই সময়ত বিয়াৰ আগেয়ে দৰাৰ ঘৰত এটা অনুষ্ঠান অনুষ্ঠিত হয়। য’ত কইনাৰ পৰিয়ালে ঘৰলৈ উপহাৰ আৰু মিঠাই আনে আৰু ল’ৰা-ছোৱালীয়ে আঙঠি বিনিময় কৰি বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰে।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment