Daily Time Axom

বাংলাদেশত মুক্তি নহয় শ্বাহৰুখৰ ‘পাঠান’

0 45

চাৰিটা দীঘলীয়া বছৰৰ অপেক্ষাৰ অন্তত ভাৰতকে ধৰি ১০০ৰো অধিক দেশৰ ৭৫০০ৰো অধিক ছবিগৃহত একেলগে মুক্তি লাভ কৰিব শ্বাহৰুখ খানৰ নতুন ছবি পাঠান।

চুবুৰীয়া দেশ বাংলাদেশো এই তালিকাত আছে। কিন্তু অন্তিম মুহূৰ্তত ২৫০ কোটি টকাৰ বাজেটৰ ছবিখন বাংলাদেশত মুক্তি নাপায়।

বাংলাদেশৰ তথ্য মন্ত্ৰালয়ত মঙলবাৰে এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় যে সাফটা চুক্তিৰ অধীনত বিতৰ্কিত ছবিখন বাংলাদেশতো একে সময়তে মুক্তি পাব পাৰি নেকি? চলচ্চিত্ৰ নিৰ্মাতা কাজী হায়াত, হোলমালিক মালিক সন্থাৰ উপদেষ্টা সুদীপ্ত কুমাৰ দাস আদিৰ লগতে মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে। বৈঠকৰ শেষত সিদ্ধান্ত লোৱা হ’ল যে ‘পাঠান’ বাংলাদেশত মুক্তি নাপায়, মানে অদূৰ ভৱিষ্যতেও নহয়। কাৰণ, একমাত্ৰ আইনী জটিলতা।

Leave A Reply

Your email address will not be published.