গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সু-খবৰঃ অসম আৰক্ষীৰ ১৫বিষয়ালৈ ৰাষ্ট্ৰপতিৰ বিশেষ পদক

নিউজ ডেস্ক, ২৫ জানুৱাৰীঃ গণৰাজ্য দিৱস উপলক্ষে দেশৰ ৯০১ গৰাকী আৰক্ষীলৈ বিশেষ সন্মান। ১৪০ গৰাকী আৰক্ষীলৈ আগবঢ়োৱা হৈছে সাহসিকতাৰ পদক। ৯৩ গৰাকী আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ পদক আগবঢ়োৱা হৈছে। ৬৬৮ গৰাকী আৰক্ষীলৈ বিশেষ যোগ্যতাৰ পদক।

অসমৰ ১৫ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ বিশেষ পদক আগবঢ়োৱা হৈছে। DIG কংকনজ্যোতি শইকীয়ালৈ বিশেষ সেৱাৰ বাবে আগবঢ়োৱা হৈছে আৰক্ষী পদক।

এইবাৰ ডিষ্টিংগুইচ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল আগবঢ়োৱা হৈছে দক্ষিণ অসমৰ উপ-মহাপৰিদৰ্শক কংকণ জ্যোতি শইকীয়ালৈ। সেইদৰে অসমৰ ১৪ গৰাকী আৰক্ষী বিষয়াক উকৃষ্ট সেৱাৰ পুলিচ মেডেল আগবঢ়োৱা হৈছে।

AssamAssam PoliceAssamese NewsDaily time axomGuwahatiIndiaNew DelhiRepublic Day