Daily Time Axom

নলবাৰী প্ৰেছ ক্লাৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন

0 35


পতাকা উত্তোলন কৰে প্ৰেছ ক্লাৱৰ সভাপতি জিতেন শৰ্মাই।

আজি ৭৪ সংখ্যক গণৰাজ্য দিৱস। দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ
নলবাৰী প্ৰেছ ক্লাৱ বাকৰিত আজি পুৱা গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি তথা বিশিষ্ট সাংবাদিক জিতেন শৰ্মাই ।লগতে উপস্থিত থাকে নলবাৰী পেছ ক্লাৱৰ সাধাৰণ সম্পাদক তথা জেষ্ঠ সাংবাদিক মজিবুৰ ৰহমান,সাংবাদিক মৃদুল কলিতা,নৱদ্বীপ বৰকাকতী,যোগেশ দাস,জ্যোতিশমান শৰ্মা,অসম অনাতাঁৰ আৰক্ষীৰ বিষয়া কৰ্মচাৰী সকল।।

নলবাৰীৰ পৰা প্ৰাঞ্জল বেজবৰুৱাৰ ৰিপোৰ্ট

Leave A Reply

Your email address will not be published.