নিউজ ডেস্ক, ২৭ জানুৱাৰীঃ ধিঙৰ উধানতলাৰ গুলীচালনাৰ ঘটনাত জড়িত ২ যুৱকক গ্ৰেপ্তাৰ। পিষ্টলসহ গ্ৰেপ্তাৰ অভিযুক্ত ছামীম আকতাৰ আৰু ৰাহুল আমীনক।
ধিঙৰ বৰবিল কছাৰীবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ধিং আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা দুয়োজন যুৱক উচ্চতৰ মাধ্যমিকৰ ছাত্র । ৱাহিদুৰ ইছলাম নামৰ এজন লোকক গুলীয়াইছিল যুৱকদ্বয়ে। সম্প্ৰতি নগাঁৱত চিকিৎসাধীন গুলীবিদ্ধ ৱাহিদুৰ ইছলাম। গণৰাজ্য দিৱসৰ দিনা সংঘটিত হৈছিল এই গুলীচালনা।
Comments are closed, but trackbacks and pingbacks are open.