Daily Time Axom

আজি সামৰণি পৰিব ভাৰত জোড়ো যাত্ৰা, ১৪৫ দিনত ৪,০৮০ হাজাৰ কিঃমিঃকিলোমিটাৰ পদযাত্ৰা ৰাহুল গান্ধীৰ

26

নিউজ ডেস্ক, ৩০ জানুৱাৰীঃ আজি সামৰণি পৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা। ৪৫ দিনত ১৪ খন ৰাজ্যৰ ৪,০৮০ হাজাৰ কিঃমিঃ পথ অতিক্ৰম ৰাহুল গান্ধীৰ। ২০২২ বৰ্ষৰ ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা। কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা যাত্ৰাৰ শ্ৰীনগৰত সামৰণি অনুষ্ঠান। শ্বেৰ-ই-কাশ্মীৰ ষ্টেডিয়ামৰ পৰা উলিওৱা হ’ব বিশাল ৰেলী। সমগ্ৰ যাত্ৰাকালত ১২ খন ৰাজহুৱা সভা, ১৩ খন সংবাদমেল আৰু ১০০ খনৰো অধিক দলীত সভাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ।

Comments are closed, but trackbacks and pingbacks are open.