Daily Time Axom

সিন্ধ চুক্তিকলৈ বিশ্ব বেংকৰ তৎপৰতা

0 25

শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল সন্ধিক লৈ সৃষ্টি হোৱা মতানৈক্য সমাধানৰ বাবে বিশ্ব বেংকে তৎপৰতা অৱলম্বন কৰিছে। তেওঁলোকে সিদ্ধান্ত লৈছে যে ভাৰত আৰু পাকিস্তান উভয়ৰে দাবী অনুসৰি এই প্ৰক্ৰিয়া অব্যাহত থাকিব। বিশ্ব বেংকৰ তথ্য অনুসৰি ভাৰতৰ এই মতানৈক্য চোৱাচিতা কৰাৰ দাবী অনুসৰি এফালে নিৰপেক্ষ বিশেষজ্ঞ থাকিব, আনহাতে আনফালে পাকিস্তানৰ অনুৰোধ অনুযায়ী সালিসী আদালত চলি থাকিব। ২০২২ চনৰ চুক্তি অনুসৰি মাইকেল লেনোক নিৰপেক্ষ পৰ্যবেক্ষক আৰু শ্বেন মাৰ্ফীক সালিসী ন্যায়াধিকৰণৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ নিৰ্দেশ দিয়া হৈছে।

Leave A Reply

Your email address will not be published.