Daily Time Axom

পোন প্ৰথমবাৰলৈ কেমেৰাৰ সমুখত নিক-প্ৰিয়ংকাৰ কন্যা মালতী

37

নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ পোন প্ৰথমবাৰলৈ কেমেৰাৰ সমুখত নিক-প্ৰিয়ংকাৰ কন্যা মালতী। ছ’চিয়েল মিডিয়াত প্ৰিয়ংকা চোপ্ৰাই শ্বেয়াৰ কৰিলে কন্যাৰ ফটো।

প্ৰিয়ংকা চোপ্ৰাই অৱশেষত তেওঁৰ অনুৰাগীসকলক তেওঁৰ জীয়ৰী মালতী মেৰী চোপ্ৰা জোনাছৰ মুখ দেখুৱাই। নিক জোনাছ আৰু তেওঁৰ ভাতৃ কেভিন আৰু জোয়ে জোনাছ ব্ৰাদাৰ্ছৰ ৱাক অফ ফেম অনুষ্ঠানত অংশগ্ৰহন কৰে। এই অনুষ্ঠানটোত প্ৰিয়ংকাৰ জীয়ৰী মালতি মেৰীক তেওঁৰ কোলাত দেখা গৈছিল।

উল্লেখ্য যে, নিক আৰু প্ৰিয়ংকাই তেওঁলোকৰ কন্যা মালতি মেৰী চোপ্ৰা জোনাছক চাৰোগেচীৰ জৰিয়তে আদৰণি জনাইছিল।

Comments are closed, but trackbacks and pingbacks are open.