Daily Time Axom

ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত হনুমান মন্দিৰৰ পূজাৰী, লামডিং আৰক্ষীৰ জালত ৩জন ড্ৰাগছ সৰবৰাহকাৰী

32

নিউজ ডেস্ক, ৩১ জানুৱাৰীঃ ড্ৰাগছ সৰবৰাহকাৰীৰ ৰূপত মন্দিৰৰ পূজাৰী। লামডিং আৰক্ষীৰ জালত সাধুকূটিৰ হনুমান মন্দিৰৰ পূজাৰী সুভম উপাধ্যায়। আৰক্ষীৰ অভিযানত আটক আন দুজন সৰবৰাহকাৰী ক্ৰমে ডবকাৰ আবুল কালাম আৰু মোৰাঝাৰৰ দিলবৰ হুছেইন। জব্দ প্ৰায় ১৩.৪৩ গ্ৰাম হেৰ’ইন।

লামডিং আৰক্ষীয়ে গোপন সূত্ৰে আজি তিনিওকে হাতে লুটে আটক কৰিবলৈ সক্ষম হয় ৷ ৰেল নগৰী লামডিঙখন ড্ৰাগছ মুক্ত কৰিবলৈ দিনে নিশাই লামডিঙ আৰক্ষী বিষয়া গৰাকীয়ে লামডিং চুকে কোনে অভিযান চলোৱা পৰিলক্ষিত হৈছে ৷

Comments are closed, but trackbacks and pingbacks are open.