নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰীঃ বলীউড তাৰকা কিয়াৰা আদৱানীয়ে ৬ ফেব্ৰুৱাৰীত সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব। দম্পতীহালে ৰাজস্থানৰ সোণালী বালিময় উপত্যকাত অৱস্থিত জয়ছেলমেৰৰ আগশাৰীৰ হোটেল সূৰ্যগড় পেলেচত বিবাহৰ বাবে ঠাই বাছনি কৰিছে।
শনিবাৰে পুৱা মুম্বাইৰ পৰা জয়ছালমেৰলৈ উৰা মাৰিছিল কিয়াৰা আৰু সিদ্ধাৰ্থ। এটা সাধাৰণ ছালৱাৰত দেখা গ’ল সিদ্ধাৰ্থৰ হ’বলগীয়া পত্নীক। তেওঁৰ লগত আছিল ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা
Comments are closed, but trackbacks and pingbacks are open.