Daily Time Axom

নলবাৰীত বিশ্বৰ ষষ্ঠ তথা অসমৰ সৰ্বোচ্চ শিৱ মূৰ্ত্তি নিৰ্মাণ

0 24

সভাপতি তথা প্ৰাক্তন নলবাৰী সমষ্টিৰ বিধয়ক অশোক শৰ্মা দেৱৰ নেতৃত্বত নলবাৰীত শ্ৰী শ্ৰী দুধনাথ বিগ্ৰহ খৰজৰা আশ্ৰমৰ সমীপত মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিৰ দ্বাৰা নিৰ্মাণ হৈ উঠিছে । অহা মহাশিৱৰাত্ৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্ত্তি। এই মূৰ্ত্তি নিৰ্মাণ আৰাম্ভ হৈছিল ২০২০ চনত । এই মূৰ্ত্তি নিৰ্মাণত প্ৰায় ৪০ লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মান হৈ উঠিছে।

Leave A Reply

Your email address will not be published.