Daily Time Axom

আজি গোলাপ দিৱস

34

নিউজ ডেস্ক, ৭ ফেব্ৰুৱাৰীঃ ভেলেণ্টাইন ডে’ যুৱসমাজৰ বাবে বিশেষ দিন । এই দিনটোতে তেওঁলোকে নিজৰ প্ৰিয়জনক নিজৰ ভালপোৱা প্ৰকাশ কৰে। ভেলেণ্টাইন ডে’ ৭দিনীয়াকৈ উদযাপন কৰা হয় আৰু ইয়াৰ প্ৰতিটো দিনৰ মহত্ব বেলেগ বেলেগ।

আজি ৭ ফেব্ৰুৱাৰীৰ দিনটো ভেলেণ্টাইন ডে’ৰ প্ৰথমটো দিন অৰ্থাৎ Rose Day হিচাপে উদযাপন কৰা হয়। এই দিনটোত প্ৰেমিক যুগলে ইজনে–সিজনক ৰঙা গোলাপ ফুল দি নিজৰ ভালপোৱা ব্যক্ত কৰে। যিহেতু ৰঙা গোলাপে প্ৰেমক সূচায়।সেয়েহে প্ৰেমিক–প্ৰেমিকাই এজনে আনজনক দিয়ে।

Comments are closed, but trackbacks and pingbacks are open.