আমাৰ ওপৰত যিমানেই বোকা পেলাব সিমানেই পদুম ফুলিব

প্ৰধানমন্ত্ৰী মোডীৰ ভাষণৰ সময়ত হুলস্থুল

প্ৰধানমন্ত্ৰী মোডীৰ ভাষণৰ সময়ত বিৰোধী দলসমূহে যথেষ্ট হুলস্থুল কৰে। অৱশ্যে এই হুলস্থুলৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ অব্যাহত ৰাখে। ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ চৰকাৰৰ কাম-কাজৰ কথা উল্লেখ কৰে। ইয়াৰ মাজতে কংগ্ৰেছকো ঠাট্টা-মস্কৰা কৰা পৰিলক্ষিত হয়।

যিমানেই বোকা পেলাব সিমানেই পদুম ফুলিব
বিৰোধীকলৈ মোদীয়ে কয় যে পদুম ফুলাৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যক্ষ বা পৰোক্ষ অৱদানৰ বাবেও কৃতজ্ঞতা জ্ঞাপন কৰিছো। ২০১৪ চনৰ পিছত দেখিলোঁ যে তেওঁলোকে কেৱল গাঁতহে বনাইছে।

লোকসভাৰ পিছত ৰাজ্যসভাত প্ৰধানমন্ত্ৰী মোডীৰ উত্তৰ
লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসভাতো উত্তৰ দিয়ে। লোকসভাত ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে বিৰোধীক লক্ষ্য কৰি কটাক্ষ মন্তব্য দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

AssamDaily time axomGuwahatiIndiaNew DelhipoliticsWorld
Comments (0)
Add Comment