নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰীঃ মহানগৰীৰ গড়চুক আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত কোটি টকাৰ ড্ৰাগছ জব্দ। লগতে ড্ৰাগছসহ জালত পৰিল বহিঃৰাজ্যৰ ৪ সৰবৰাহকাৰী। গোপন সূত্ৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে অভিযান চলাই MN04 D2599 নম্বৰৰ বাহনখনৰ পৰা জব্দ কৰে ড্ৰাগছখিনি। আটক কৰে সৰবৰাহকাৰী চাৰ্লি ৰেংকেল, মাৰ্ডিন, দীপক সিং, ৰাবিতা দেৱীক। লগতে আৰক্ষীয়ে ১৯ পেকেট ড্ৰাগছ, ম’বাইল ফোন, নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।
Comments are closed, but trackbacks and pingbacks are open.