তেজত ক’লেষ্টেৰল বৃদ্ধি হ’লে কি হয়

অতিৰিক্ত ক’লেষ্টেৰল শৰীৰৰ বাবে উপকাৰী নহয়। এইটো সঁচা যে আমাৰ শৰীৰত ভাল আৰু বেয়া দুই প্ৰকাৰৰ ক’লেষ্টেৰল থাকে। ৰক্তবাহী নলীত বেয়া ক’লেষ্টেৰল জমা হ’লে হৃদৰোগ হ’ব পাৰে। কিন্তু যদি আপুনি ভাল আৰু বেয়া কলেষ্টেৰল চিনাক্তকৰণৰ পদ্ধতি বুজি পায় তেন্তে ই কোনো সমস্যা হ’ব নালাগে। তেজৰ কলেষ্টেৰল বৃদ্ধি হ’লে কি সমস্যা হ’ব পাৰে জানো আহক:

১. ভৰিৰ ধমনীত ক’লেষ্টেৰল জমা হ’লে ৰক্ত সঞ্চালনত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ বাবে ভৰিৰ পেশীবোৰ টান হৈ পৰে আৰু খোজ কঢ়াত অসুবিধা হয়।
২. জিৰণি লোৱাৰ লগে লগে বিষ বেছি হয়। খোজ কঢ়াৰ ফলত ভৰিৰ পেশীৰ বিষ বৃদ্ধি পায়। ভৰিৰ চুলিও বাঢ়িব পাৰে।
৩. কেলছিয়ামৰ অভাৱত ছালৰ ৰং ক’লা হ’বলৈ আৰম্ভ কৰে।
৪. চকুৰ পতা হালধীয়া হ’বলৈ আৰম্ভ কৰে।

AssamDaily time axomIndiaInternationalNew DelhipoliticsWorld
Comments (0)
Add Comment