অসমৰ নতুন ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰীঃ অসমৰ নতুন ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া। জগদীশ মুখীৰ পিছতে অসমৰ নতুন ৰাজ্যপাল হিচাপে দায়িত্ব ল’ব কাটাৰীয়াই।

উল্লেখ্য যে, অসমৰ লগতে সৰ্বমুঠ ১৩ খন ৰাজ্যৰ ৰাজ্যপালৰ সাল সলনিৰ নিৰ্দেশ দিছে।

গুলাব চান্দ কাটাৰিয়া ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী আছিল ৷ মহাৰাষ্ট্ৰৰ নতুন ৰাজ্যপাল ৰমেশ বসু। বিহাৰৰ নতুন ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ। মেঘালয়ৰ নতুন ৰাজ্যপাল ফাগু চৌহান। অন্ধ্ৰপ্ৰদেশৰ আব্দুল নাজিৰ।

AssamAssamese NewsDaily time axomGovernorGulab Chand KatariaGuwahatiIndia