নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত | এইবাৰ তিনিচুকীয়াৰ ১নং কাকজানত বনৰীয়া হাতীৰ আক্রমণত এজনৰ মৃত্যু।হাতীৰ আক্রমণত মৃত্যু মহেশ্বৰ মৰাণ নামৰ লোকজনৰ। খেতি পথাৰলৈ যোৱাৰ সময়তে বন্যহস্তীৰ আক্রমণ লোকজনক। বন বিভাগৰ লোকৰ উপস্থিতিত ফিল’বাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।
Comments are closed, but trackbacks and pingbacks are open.