তুৰস্ক, ছিৰিয়াৰ পাছতেই এইবাৰ ভূমিকম্পত কঁপি উঠিল নিউজিলেণ্ড

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰীঃ ৬.১ প্ৰাৱল্যৰ ভূঁইকঁপে জোকাৰি গ’ল নিউজিলেণ্ডক। তুৰস্ক, ছিৰিয়াৰ পাছতেই ভূমিকম্পত কঁপি উঠিল নিউজিলেণ্ড।

নিউজিলেণ্ডৰ স্থানীয় সময় অনুসৰি পুৱা ৭ বাজি ৪০ মিনিটত অহা ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছে নিউজিলেণ্ডৰ উত্তৰ-পশ্চিম প্ৰান্ত।

ভূমিকম্পৰ অভিকেন্দ্ৰ ৱেলিংটনৰ ওচৰৰ ল’ৱাৰ হুটৰ পৰা ৭৮ কিলোমিটাৰ উত্তৰ-পশ্চিমত।

Assamese NewsDaily time axomEarthquakeInternationalNew Zealand