Daily Time Axom

মহানগৰীত ৩ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ ভঙাগড় আৰক্ষীৰ

28

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰীঃ পুনৰ মহানগৰীত আৰক্ষীৰ জালত পৰিল দুই যুৱকসহ এগৰাকী মহিলা প্ৰৱঞ্চক। বহু দিন ধৰি ভুৱা কথাৰে গ্ৰাহকক লুট চলোৱা প্রৱঞ্চক পৰিল আৰক্ষীৰ জালত। ভঙাগড় আৰক্ষীৰ জালত পৰে মহিলাসহ ২ প্রৱঞ্চক।

ধৃত প্ৰৱঞ্চক ৰিহাবাৰীৰ নিকিতা তিয়াৰী, গীতানগৰৰ জ্যোতিষ্মান লহকৰ আৰু নাগালেণ্ডৰ ৰাজেশ মণ্ডল।

মহানগৰীৰ ওদালবাক্রাৰ পৰা তিনিওকে আটক কৰে আৰক্ষীয়ে । ৰিয়েল ষ্টেট বিজনেছত জড়িত বুলি ৰাইজৰ পৰা সৰকাইছিল ধন।

Comments are closed, but trackbacks and pingbacks are open.