Daily Time Axom

৮ আৰু ১০ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ’ব IPL, শীঘ্ৰেই আনুষ্ঠানিক ঘোষণা কৰিব BCCI-ACA কৰ্তৃপক্ষই

39

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰীঃ অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে ভাল খবৰ। প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব আইপিএলৰ খেল। আইপিএলৰ দুখন খেল অনুষ্ঠিত হ’ব গুৱাহাটীত।

৮ আৰু ১০ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইপিএলৰ খেল। এই কথা শীঘ্ৰেই আনুষ্ঠানিক ঘোষণা কৰিব বিচিচিআই আৰু এচিএই । মাৰ্চত এসপ্তাহৰ বাবে অনুশীলনৰ বাবে গুৱাহাটীলৈ আহিব ৰাজস্থান ৰয়েলছ দল।

Comments are closed, but trackbacks and pingbacks are open.